Upanyas Samagra - Podcasts
Podcast

Upanyas Samagra

Upanyas Samagra
0 Plays

নমস্কাৰ সকলো গ্ৰন্থপ্ৰেমী ৰাইজক স্বাগতম জনাইছো Upanyas Samagra লৈ । কিতাপ আমাৰ পৰম বন্ধু, কিতাপে মানুহৰ নিসংগতা, অৱসাদ আৰু মানসিক চাপ দুৰ কৰাত সহায় কৰে, কিন্তু যান্ত্ৰিক যুগত ব্যস্ততাপুৰ্ণ জীৱনৰ বাবে উপন্যাস পঢ়াৰ আগ্ৰহ থকা সকলৰো কিছু অসুবিধা সন্মুখীন হোৱা দেখা যায় । সেয়েহে গ্ৰন্থপ্ৰেমীসকলৰ ওচৰত প্ৰিয় উপন্যাস সমুহৰ audio book হিচাপে আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম ।Welcome all of book lovers to my podcasting Upanyas Samagra. In this channel I am gonna try to upload all of your favourite Assamese books. Thank youClick here to subscribehttps://bit.ly/2TnFE9o

Latest Episodes

Comments & Reviews0

Write a Comment